SOCIAL SCIENCE (CLASS-8):LESSON-17: সময় গণনাঃ স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা

 Class 8 Social Science Notes Jatiya Bidyalay | 

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান জাতীয় বিদ্যালয় | 

অসম জাতীয় বিদ্যালয়ৰ সমাজ বিজ্ঞানৰ সময় গণনাঃ স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা পাঠৰ প্ৰশ্ন আৰু উত্তৰ |


সপ্তদশ অধ্য়ায় : সময় গণনাঃ স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা


অনুশীলনী 

1. উত্তৰ লিখাঁ।

a. স্থানীয় সময় আৰু মান সময় বুলিলে কি বুজা?

b. ভাৰতৰ মান সময় কোনডাল দ্ৰাঘিমাৰ ওপৰত ভিত্তি কৰি উলিওৱা হৈছে? ইয়াৰ ফলত ভাৰতৰ দুয়োটা দিশত অৱস্থিত  ঠাই দুখনত কিমান সমিয়ৰ পাৰ্থক্য হয়?

c. গ্ৰিণউইচ মান সময় বুলিলে কি বুজা? ভাৰতীয় মান সময়ৰ লগত গ্ৰিণউইচৰ মান সময়ৰ পাৰ্থক্য বুজাই লিখাঁ।

d. আন্তৰ্জাতিক তাৰিখ ৰেখা বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজন কি?

e. জাপানক কিয় সূৰ্য উঠা দেশ বুলি কোৱা হয়?


2. কোনো এখন ঠাইত যেতিয়া মধ্যাহ্ন হয় গ্ৰিণউইচত তেতিয়া আবেলি 3 বাজি 20 মিনিট যায়। ঠাইখন কিমান দ্ৰাঘিমাংশত অৱস্থিত?


Post a Comment

Previous Post Next Post