SOCIAL SCIENCE (CLASS-8):LESSON -১৬. অক্ষাংশ আৰু দ্ৰাঘিমাংশ

 

Class 8 Social Science Notes Jatiya Bidyalay | 

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান জাতীয় বিদ্যালয় | 

অসম জাতীয় বিদ্যালয়ৰ সমাজ বিজ্ঞানৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ পাঠৰ প্ৰশ্ন আৰু উত্তৰ |

ষষ্ঠদশ অধ্যায়

অক্ষাংশ আৰু দ্ৰাঘিমাংশ


অনুশীলনী 

1. উত্তৰ লিখাঁ।

a. পৃথিৱীৰ উপৰিভাগত ৰেখা কিয় কল্পনা কৰা হয়?

b. অক্ষৰেখা বুলিলে কি বুজা? অক্ষৰেখা মুঠতে কেইডাল?

c. বিষুৱৰেখা বুলিলে কি বুজা? ইয়াৰ মান কিমান?

d. বিষুৱৰেখাৰ মুখ্য বৈশিষ্ট্য কি?

e. দ্ৰাঘিমাৰেখা বুলিলে কি বুজা? দ্ৰাঘিমাৰেখা মুঠতে কিমান?

f. মুখ্য দ্ৰঘিমাৰেখা কাক বোলে? ইয়াৰ মান কিমান?


2. অক্ষাংশ আৰু দ্ৰাঘিমাংশ কাক বোলে? ইয়াক কেনেদৰে উলিওৱা হয় বুজাই লিখাঁ।

3. ক্ৰ'ণমিটাৰ আৰু ছেক্সটেণ্ট মানে কি বুজা? ইহঁতক কোনে ব্যৱহাৰ কৰে?

4. জিপিএছ কি?


Post a Comment

Previous Post Next Post