SOCIAL SCIENCE (CLASS-8) :LESSON-15: মানচিত্ৰ

 

মানচিত্ৰ | পঞ্চদশ অধ্যায় | Lesson 15

 | Class 8 Social Science Answer Jatiya Bidyalay |

 |  অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান জাতীয় বিদ্যালয় | অসম জাতীয় বিদ্যালয়ৰ সমাজ বিজ্ঞানৰ মানচিত্ৰ পাঠৰ প্ৰশ্ন আৰু উত্তৰ |

পঞ্চদশ অধ্যায়

মানচিত্ৰ


অনুশীলনী

1. উত্তৰ লিখাঁ।

a. মানচিত্ৰ কি?

b. সাংকেতিক চিহ্ন কাক বোলে?

c. কাৰ্ট'গ্ৰাফি কি?

d. কাৰ্ট'গ্ৰফিৰ পিতৃস্বৰূপ কোন?

e. আৰ্হিচিত্ৰ কি?


2. মানচিত্ৰ কাক বোলে? মানচিত্ৰ কেইপ্ৰকাৰৰ আৰু কি কি?

3. মানচিত্ৰ অংকন কৰিবলৈ কি কি পদ্ধতি আৰু কৌশল অৱলম্বন কৰা হয়?

4. ক্ষেত্ৰ অধ্যয়ন বুলিলে কি বুজা? ভূগোল অধ্যয়নত ইয়াৰ প্ৰয়োজনীয়তা কি?


5. চমুটোকা লিখাঁ।

a. মানচিত্ৰ অংকনত স্কেল বা মাপনীৰ ভূমিকা 

b. আৰ্হিচিত্ৰ

c. মানচিত্ৰ আৰু দিশ। 


Post a Comment

Previous Post Next Post