SOCIAL SCIENCE(CLASS-8):LESSON-11:প্ৰাকৃতিক সম্পদ আৰু অসম

 

প্ৰাকৃতিক সম্পদ আৰু অসম | একাদশ অধ্যায় | Lesson 11 | 

অধ্যায় একাদশ | Class 8 Social Science Answer Jatiya Bidyalay |

অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰাকৃতিক সম্পদ আৰু অসম পাঠৰ প্ৰশ্ন আৰু উত্তৰ |


একাদশ অধ্যায় 

প্ৰাকৃতিক সম্পদ আৰু অসম


অনুশীলনী

1. একোটিকৈ বাক্যত উত্তৰ দিয়াঁ।

a. কৃষ্ণ ঘোঁৰা অসমৰ কোনখন অভয়াৰণ্যত আছে?

b. অসমৰ চতুৰ্থটো তেল শোধনাগাৰ ক'ত আছে?

c. অসমৰ প্ৰস্তাৱিত গেছ ক্ৰেকাৰ প্ৰকল্পটো ক'ত প্ৰতিষ্ঠা কৰা হৈছে?

d. নামৰূপ সাৰ কাৰখানাৰ প্ৰধান কেঁচামাল কি?


2. চমুটোকা লিখাঁ।

a. বনজ সম্পদ 

b. অসমৰ জলজ সম্পদ 

c. অসমৰ খাৰুৱা তেল 

d. বনজ সম্পদৰ বিত্তিত গঢ়ি উঠা অসমৰ উদ্যাগ 


3. উত্তৰ লিখাঁ।

a. অসমৰ খনিজ সম্পদৰ বিষয়ে এটা চমু বিৱৰণ লিখাঁ।

b. অসমত প্ৰবাহিত প্ৰধান বতাহবিধৰ নাম কি? অসমৰ প্ৰাকৃতিক অঞ্চলৰ ভাগকেইটাৰ নাম লিখাঁ।

c. প্ৰাকৃতিক সম্পদৰ অৰ্থনৈতিক গুৰুত্ব আলোচনা কৰাঁ।


Post a Comment

Previous Post Next Post